ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিবাৰণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিবাৰণ   বিশেষ্য

ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা

ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ସମକକ୍ଷ : নামঞ্জুৰ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

ଅର୍ଥ : আঁতৰ কৰা দূৰ কৰা কার্য

ଉଦାହରଣ : এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে

ଅର୍ଥ : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য

ଉଦାହରଣ : চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি

ସମକକ୍ଷ : উপশম