ଅର୍ଥ : যিজন টোপনি গৈ আছে বা শুই আছে
ଉଦାହରଣ :
কুম্ভকর্ণ ্ছমাহ নিদ্রামগ্ন হৈ আছিল
ସମକକ୍ଷ : ঘুমন্ত, নিদ্রাক্লিষ্ট, নিদ্রাগত, নিদ্রাচ্ছন্ন, নিদ্রাতুৰ, নিদ্রাবিষ্ট, নিদ্রাভিভূত, নিদ্রামগন, নিদ্রামগ্ন, নিদ্রালস, নিদ্রাশীল, নিদ্রিত, প্রসুপ্ত, সুপ্ত, সুষুপ্ত
ଅର୍ଥ : চিলমিলকৈ টোপনিয়াই থকা
ଉଦାହରଣ :
তন্দ্রালু ব্যক্তিজনে বাৰে-বাৰে নিজৰ চকুকেইটা পানীৰে ধুই আছে
ସମକକ୍ଷ : তন্দ্রালু
ଅର୍ଥ : যাৰ টোপনি আহি আছে
ଉଦାହରଣ :
সীতাই নিদ্রালু কেঁ্চুৱাটোক বিচনাত শুৱাই বিচনী ঘূৰাবলৈ ধৰিলে