ଅର୍ଥ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়
ଉଦାହରଣ :
সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে
ସମକକ୍ଷ : প্রতীক
ଅର୍ଥ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়
ଉଦାହରଣ :
তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !
ସମକକ୍ଷ : লক্ষ্য
ଅର୍ଥ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়
ଉଦାହରଣ :
অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল
ସମକକ୍ଷ : লক্ষ্য
ଅର୍ଥ : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য
ଉଦାହରଣ :
চিকাৰী নিচান ব্যর্থ হʼল