ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ଉଦାହରଣ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ସମକକ୍ଷ : দলিওৱা, পেলাই দিয়া, ভৰোৱা
ଅର୍ଥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ଉଦାହରଣ : ডাষ্টবিনত জাবৰ পেলোৱা হয়
ସମକକ୍ଷ : দলিওৱা, দলিয়া, পেলোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ