ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ଉଦାହରଣ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
ସମକକ୍ଷ : অচ্ছুৎ, অস্পৃশ্য, পতিত
ଅର୍ଥ : যি প্রবল নহয়
ଉଦାହରଣ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
ସମକକ୍ଷ : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ
ସଂସ୍ଥାପନ କରନ୍ତୁ