ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নাকৰ ছিদ্র
ଉଦାହରଣ : নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
ସମକକ୍ଷ : নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকা বিবৰ
ଅର୍ଥ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
ଉଦାହରଣ : তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
ସମକକ୍ଷ : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকাগ্র
ସଂସ୍ଥାପନ କରନ୍ତୁ