ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
ଉଦାହରଣ : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
ସମକକ୍ଷ : নামাঙ্কন, পঞ্জীকৰণ, পঞ্জীয়ন
ଅର୍ଥ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
ଉଦାହରଣ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
ସମକକ୍ଷ : চহী, নামাঙ্কন, স্বাক্ষৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ