ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো শুনা যায়
ଉଦାହରଣ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে
ସମକକ୍ଷ : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ
ଅର୍ଥ : জোৰেৰে হোৱা শ্্ব্দ
ଉଦାହରଣ : শংখৰ নাদৰ পিছত মহাভাৰতৰ যুদ্ধ আৰম্ভ হʼল
ସମକକ୍ଷ : ধ্বনি
ଅର୍ଥ : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
ଉଦାହରଣ : যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
ସମକକ୍ଷ : ঘোষ
ସଂସ୍ଥାପନ କରନ୍ତୁ