ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নাড়ী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নাড়ী   বিশেষ্য

ଅର୍ଥ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

ଉଦାହରଣ : বেজে নাড়ী পৰীক্ষা কৰিছে

ସମକକ୍ଷ : ধমনী, শিৰা, সিৰ

ଅର୍ଥ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

ଉଦାହରଣ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

ସମକକ୍ଷ : উদৰাবর্ত, নাই, নাড়ি, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

ଅର୍ଥ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

ଉଦାହରଣ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

ସମକକ୍ଷ : ধমনী, সিৰা

ଅର୍ଥ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

ଉଦାହରଣ : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

ସମକକ୍ଷ : অন্ত্র, অন্ত্রজঠৰ, নাড়ি, নাড়ি-ভুড়ু