ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
ଉଦାହରଣ : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
ସମକକ୍ଷ : নাট্য
ଅର୍ଥ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
ଉଦାହରଣ : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
ସମକକ୍ଷ : নাট, নাটিকা, নাট্য
ଅର୍ଥ : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
ଉଦାହରଣ : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
ସମକକ୍ଷ : অভিনয়, ভাও জোৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ