ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ