ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ଉଦାହରଣ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
ସମକକ୍ଷ : চুঙা, চুঙী, নল, নলা, নলী, পাইপ
ଅର୍ଥ : নলৰ আকাৰৰ কোনো বস্তু
ଉଦାହରଣ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
ସମକକ୍ଷ : চুঙা
ଅର୍ଥ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
ଉଦାହରଣ : ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
ଅର୍ଥ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
ଉଦାହରଣ : ৰামে হোকা খাই আছে
ସମକକ୍ଷ : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ