ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নম্বৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নম্বৰ   বিশেষ্য

ଅର୍ଥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ଉଦାହରଣ : এতিয়া ৰামৰ পাল

ସମକକ୍ଷ : পাল, বাৰ

ଅର୍ଥ : ক্রম অনুসৰি লিখা, থোৱা বা বনোৱা বস্তু আদিৰ সন্মুখত ক্রম অনুসৰি লিখা বা ধৰি লোৱা সংখ্যা

ଉଦାହରଣ : ক্রমিক নং একত লিখা কথাটোৰ সৈতে মই সহমত নহয়

ସମକକ୍ଷ : ক্রম-সংখ্যা, ক্রমাংক, ক্রমিক নং, ক্রমিক নম্বৰ, নং

ଅର୍ଥ : পৰিধান আদিৰ এটি মাপ

ଉଦାହରଣ : মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো

ଅର୍ଥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ଉଦାହରଣ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

ସମକକ୍ଷ : অংক, অঙ্ক

ଅର୍ଥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ଉଦାହରଣ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ସମକକ୍ଷ : অংক, খণ্ড, সংখ্যা