ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নমুনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নমুনা   বিশেষ্য

ଅର୍ଥ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ଉଦାହରଣ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

ସମକକ୍ଷ : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

ଅର୍ଥ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ଉଦାହରଣ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

ସମକକ୍ଷ : আর্হি, মডেল

ଅର୍ଥ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

ଉଦାହରଣ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

ଅର୍ଥ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

ଉଦାହରଣ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

ସମକକ୍ଷ : আর্হি, ডিজাইন

ଅର୍ଥ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

ଉଦାହରଣ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

ସମକକ୍ଷ : উদাহৰণ, দৃষ্টান্ত