ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক তললৈ মূৰ কৰাব পাৰি
ଉଦାହରଣ : এই লাখুটিডাল লেহুকা
ସମକକ୍ଷ : লেউসেউ, লেহুকা, স্থিতিস্থাপক
ଅର୍ଥ : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
ଉଦାହରଣ : সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
ଅର୍ଥ : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
ଉଦାହରଣ : কিছুমান ধাতু নমনীয় হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ