ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি প্রবীণ নহয়
ଉଦାହରଣ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
ସମକକ୍ଷ : তৰুণ, নতুন, নবাগত
ଅର୍ଥ : যাৰ আগতে অস্তিত্ব নাই
ଉଦାହରଣ : আমি কোনো নতুন কাম কৰিব লাগে
ସମକକ୍ଷ : অভিনৱ, নতুন, নৱ
ଅର୍ଥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ଉଦାହରଣ :
ସମକକ୍ଷ : অভিনৱ, ন, নতুন, নব্য, নৱ
ଅର୍ଥ : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
ସମକକ୍ଷ : অপ্রাচীন, আধুনিক, ্অর্বাচীন
ସଂସ୍ଥାପନ କରନ୍ତୁ