ଅର୍ଥ : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
ଉଦାହରଣ :
মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
ସମକକ୍ଷ : পুৰুষত্বহীনতা, পৌৰুষহীনতা
ଅର୍ଥ : নপুংসক হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ :
শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
ସମକକ୍ଷ : ক্লীৱত্ব, পৌৰুষহীনতা