ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
ଉଦାହରଣ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
ସମକକ୍ଷ : আধুনিক, নবীনতম, নৱ, লেটেষ্ট
ଅର୍ଥ : যি প্রবীণ নহয়
ଉଦାହରଣ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
ସମକକ୍ଷ : তৰুণ, নবাগত, নবীন
ଅର୍ଥ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ଉଦାହରଣ : এই কামটো নতুন মানুহেও কৰিব পাৰে
ସମକକ୍ଷ : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
ଅର୍ଥ : যাৰ আগতে অস্তিত্ব নাই
ଉଦାହରଣ : আমি কোনো নতুন কাম কৰিব লাগে
ସମକକ୍ଷ : অভিনৱ, নবীন, নৱ
ଅର୍ଥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ଉଦାହରଣ :
ସମକକ୍ଷ : অভিনৱ, ন, নবীন, নব্য, নৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ