ଅର୍ଥ : কোনো দেশৰ নিবাসী
ଉଦାହରଣ :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
ସମକକ୍ଷ : নাগৰিক
ଅର୍ଥ : যি নগৰত বাস কৰে বা নগৰত থাকে
ଉଦାହରଣ :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
ସମକକ୍ଷ : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া