ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নকল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নকল   বিশেষ্য

ଅର୍ଥ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

ଉଦାହରଣ : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

ଅର୍ଥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

ଉଦାହରଣ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

ସମକକ୍ଷ : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

ଅର୍ଥ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

ଉଦାହରଣ : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

ଅର୍ଥ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

ଉଦାହରଣ : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

ସମକକ୍ଷ : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

ଅର୍ଥ : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

ଉଦାହରଣ : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

ସମକକ୍ଷ : কৃত্রিম, নকলী

ଅର୍ଥ : যʼত দোষ আছে

ଉଦାହରଣ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

ସମକକ୍ଷ : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল