ଅର୍ଥ : ধৰা কার্য
ଉଦାହରଣ :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
ଅର୍ଥ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
ଉଦାହରଣ :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
ଅର୍ଥ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
ଉଦାହରଣ :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
ଅର୍ଥ : আক্রান্ত হোৱা
ଉଦାହରଣ :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
ଅର୍ଥ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ଉଦାହରଣ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
ସମକକ୍ଷ : লোৱা
ଅର୍ଥ : কল্পনা কৰা
ଉଦାହରଣ :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
ସମକକ୍ଷ : কল্পনা কৰা, ধৰি লোৱা
ଅର୍ଥ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
ଉଦାହରଣ :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
ଅର୍ଥ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
ଉଦାହରଣ :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে