ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধৰম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধৰম   বিশেষ্য

ଅର୍ଥ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী

ଉଦାହରଣ : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল

ସମକକ୍ଷ : ধর্ম, ধর্ম্ম

ଅର୍ଥ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়

ଉଦାହରଣ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম

ସମକକ୍ଷ : ধর্ম, ধর্মকর্ম, পুণ্য, পুণ্যকর্ম

ଅର୍ଥ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে

ଉଦାହରଣ : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল

ସମକକ୍ଷ : ধর্ম

ଅର୍ଥ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ

ଉଦାହରଣ : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম

ସମକକ୍ଷ : কর্তব্য, ধর্ম