ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ଅର୍ଥ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
ଉଦାହରଣ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
ସମକକ୍ଷ : চাল-চলন
ଅର୍ଥ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ଉଦାହରଣ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ସମକକ୍ଷ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ଅର୍ଥ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ଉଦାହରଣ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ସମକକ୍ଷ : আচৰণ, ব্যৱহাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ