ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাকো উপেক্ষিত নকৰা ভাব
ଉଦାହରଣ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
ସମକକ୍ଷ : খিয়াল, মনোযোগ
ଅର୍ଥ : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
ଉଦାହରଣ : সন্তজন ধ্যানত লীন হৈ আছে
ଅର୍ଥ : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
ଉଦାହରଣ : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
ସମକକ୍ଷ : মনোযোগ
ସଂସ୍ଥାପନ କରନ୍ତୁ