ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বজোৱা হোৱা
ଉଦାହରଣ : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
ସମକକ୍ଷ : বজোৱা
ଅର୍ଥ : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
ଉଦାହରଣ : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
ସମକକ୍ଷ : নিনাদিত, শ্্ব্দায়মান
ଅର୍ଥ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
ଉଦାହରଣ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
ସମକକ୍ଷ : গুঞ্জিত, গুঞ্জৰিত
ଅର୍ଥ : গুঞ্জন কৰি থকা
ଉଦାହରଣ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ