ଅର୍ଥ : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
ଉଦାହରଣ :
এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
ସମକକ୍ଷ : ভগ্নাৱশেষ
ଅର୍ଥ : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
ଉଦାହରଣ :
ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে