ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধ্বংসকাৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধ্বংসকাৰী   বিশেষ্য

ଅର୍ଥ : ধ্বংস কৰা ব্যক্তি

ଉଦାହରଣ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়

ସମକକ୍ଷ : নাশী, বিনাশক, বিনাশী, সংহাৰক

ধ্বংসকাৰী   বিশেষণ

ଅର୍ଥ : অনর্থ ্বা ধ্বংস কৰোঁতা

ଉଦାହରଣ : গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে

ସମକକ୍ଷ : প্রলংয়কাৰী, ্অনর্থ্্কাৰী

ଅର୍ଥ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে

ଉଦାହରଣ : চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল

ସମକକ୍ଷ : পতনমুখী

ଅର୍ଥ : যি ধ্বংস কৰে

ଉଦାହରଣ : বাৰুদ এবিধ ধ্বংসকাৰী বস্তু