ଅର୍ଥ : অনর্থ ্বা ধ্বংস কৰোঁতা
ଉଦାହରଣ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
ସମକକ୍ଷ : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
ଅର୍ଥ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
ଉଦାହରଣ :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
ସମକକ୍ଷ : পতনমুখী
ଅର୍ଥ : যি ধ্বংস কৰে
ଉଦାହରଣ :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু