ଅର୍ଥ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
ଉଦାହରଣ :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
ସମକକ୍ଷ : নষ্ট কৰা
ଅର୍ଥ : উচ্ছন্ন বা নষ্ট হোৱা
ଉଦାହରଣ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ସମକକ୍ଷ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা