ଅର୍ଥ : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
ସମକକ୍ଷ : ধুৱলি-কুঁৱলী
ଅର୍ଥ : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
ସମକକ୍ଷ : ধুঁৱলি-কুৱলী