ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
ଉଦାହରଣ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
ସମକକ୍ଷ : ধনু, ধনুক
ଅର୍ଥ : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
ଉଦାହରଣ : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
ସମକକ୍ଷ : গাই, গাইগৰু, গাভী, সুৰভি
ସଂସ୍ଥାପନ କରନ୍ତୁ