ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধীৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধীৰ   বিশেষণ

ଅର୍ଥ : যি চঞ্চল নহয়

ଉଦାହରଣ : মানুহজন গম্ভীৰ স্বভাৱৰ

ସମକକ୍ଷ : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ

ଅର୍ଥ : যাৰ শক্তি আৰু গতি কমি গৈছে

ଉଦାହରଣ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে

ସମକକ୍ଷ : মন্থৰ, মন্দ, মেদা, লেদা, লেহেম, শ্লথ

ଅର୍ଥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

ଉଦାହରଣ : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

ସମକକ୍ଷ : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান

ଅର୍ଥ : যাৰ কোনো কাৰণত শিথিলতা আহি পৰিছে

ଉଦାହରଣ : তেওঁ ্উদাস হৈ ধীৰ গতিৰে আগুৱাই গৈ আছিল

ସମକକ୍ଷ : মন্থৰ, শিথিল