ଅର୍ଥ : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
ଉଦାହରଣ :
বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
ସମକକ୍ଷ : ধীমান, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
ଅର୍ଥ : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
ଉଦାହରଣ :
বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
ସମକକ୍ଷ : ধীমান, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধিয়ক, মতিমান, মেধাবী