ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধাৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধাৰা   বিশেষ্য

ଅର୍ଥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ଉଦାହରଣ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

ସମକକ୍ଷ : ধাৰ, প্রবাহ

ଅର୍ଥ : বৈ যোৱা কার্য ্বা ভাব

ଉଦାହରଣ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল

ସମକକ୍ଷ : প্রবাহ, বেগ, সোঁত

ଅର୍ଥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

ଉଦାହରଣ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

ସମକକ୍ଷ : দফা, নিয়ম

ଅର୍ଥ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম

ଉଦାହରଣ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল

ସମକକ୍ଷ : প্রবাহ

ଅର୍ଥ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ଉଦାହରଣ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

ସମକକ୍ଷ : ধাৰ, প্রৱাহ, সোঁত