ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা
ଉଦାହରଣ : চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে
ସମକକ୍ଷ : বুজ পোৱা
ଅର୍ଥ : অনুমানৰ এক অৱস্থা
ଉଦାହରଣ : আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?
ସମକକ୍ଷ : অনুমান কৰা
ଅର୍ଥ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা
ଉଦାହରଣ : মোৰ তেওঁ ্নাহিব যেন লাগিছে
ସମକକ୍ଷ : গম পোৱা, লগা
ସଂସ୍ଥାପନ କରନ୍ତୁ