ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধাউতি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধাউতি   বিশেষ্য

ଅର୍ଥ : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ

ଉଦାହରଣ : লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে

ଅର୍ଥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ଉଦାହରଣ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, জেদ, টান, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

ଅର୍ଥ : আসক্ত হোৱা ক্রিয়া বা ভাব

ଉଦାହରଣ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, টান, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

ଅର୍ଥ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ଉଦାହରଣ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

ସମକକ୍ଷ : অভিৰুচি, আগ্রহ, ইচ্ছা, মন, হাবিলাস, হাবিয়াস, ৰুচি

ଅର୍ଥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ଉଦାହରଣ :

ସମକକ୍ଷ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ