ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী
ଉଦାହରଣ : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল
ସମକକ୍ଷ : ধর্ম্ম, ধৰম
ଅର୍ଥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ଉଦାହରଣ :
ସମକକ୍ଷ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
ଅର୍ଥ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ଉଦାହରଣ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
ସମକକ୍ଷ : ধর্মকর্ম, ধৰম, পুণ্য, পুণ্যকর্ম
ଅର୍ଥ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে
ଉଦାହରଣ : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল
ସମକକ୍ଷ : ধৰম
ଅର୍ଥ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ
ଉଦାହରଣ : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম
ସମକକ୍ଷ : কর্তব্য, ধৰম
ସଂସ୍ଥାପନ କରନ୍ତୁ