ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
ଉଦାହରଣ : বেজে নাড়ী পৰীক্ষা কৰিছে
ସମକକ୍ଷ : নাড়ী, শিৰা, সিৰ
ଅର୍ଥ : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ
ଉଦାହରଣ : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে
ଅର୍ଥ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে
ଉଦାହରଣ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে
ସମକକ୍ଷ : নাড়ী, সিৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ