ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ধন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ধন   বিশেষ্য

ଅର୍ଥ : সোণ-ৰূপ বা অন্য মূল্যবান সম্পদ আদি:ধনৰ সদ্-ব্যৱহাৰ কৰিব লাগে

ଉଦାହରଣ :

ସମକକ୍ଷ : অর্থ, অর্থ-কড়ি, টকা-কড়ি, টকা-সিকা, দৌলত, ধন-দৌলত, ধন-বিত, ধন-সম্পত্তি, ধন-সোণ, বিত, বিত্ত, বৈভৱ, লক্ষ্মী, ্ ঐশ্বর্য, ্ ঐশ্বর্য-বিভূতি, ্ টকা-পইচা

ଅର୍ଥ : লেন-দেন আদি বিশেষ কামৰ কাৰণে দিয়া বা প্রাপ্য নিশ্চিত ধন

ଉଦାହରଣ : বেংকৰ পৰা এতিয়ালৈকে আপুনি কিমান ধন লাভ কৰিছে

ସମକକ୍ଷ : ধন ৰাশি, ধনৰাশি

ଅର୍ଥ : এক প্রকাৰৰ উপযোগী আৰু মূল্যবান বস্তুৰ সমূহ

ଉଦାହରଣ : আগতে গো ধনৰ পৰাই গোৱাল জাতিৰ সম্পন্নতাৰ আভাস পোৱা গৈছিল