ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দয়া   বিশেষ্য

ଅର୍ଥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

ଉଦାହରଣ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

ସମକକ୍ଷ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি

ଅର୍ଥ : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ

ଉଦାହରଣ : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে

ସମକକ୍ଷ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, ৰহম