ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দ্রৱত কোনো বস্তু মিহলি হোৱা কার্য
ଉଦାହରଣ : পানীত চেনি দ্রৱীভূত কৰি চৰবত তৈয়াৰ কৰা হয়
ଅର୍ଥ : যি দ্রৱৰ দৰে পাতল হৈ পৰিল বা গলিত
ଉଦାହରଣ : পর্বতৰ গলিত হিমৰ বাবে সমুদ্রৰ স্তৰ বৃদ্ধি পায়
ସମକକ୍ଷ : গলিত, দ্রৱিত
ଅର୍ଥ : দয়াৰে পৰিপূর্ণ ্হোৱা
ଉଦାହରଣ : ৰমেশৰ দশা দেখি মোহনৰ হৃদয় বিগলিত হৈ উঠিল
ସମକକ୍ଷ : বিগলিত
ସଂସ୍ଥାପନ କରନ୍ତୁ