ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ଉଦାହରଣ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ସମକକ୍ଷ : আভা, আলোক, জ্যোতি, দীপ্তি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
ଅର୍ଥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ଉଦାହରଣ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ସମକକ୍ଷ : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, প্রভা, বিভা
ସଂସ୍ଥାପନ କରନ୍ତୁ