ଅର୍ଥ : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
ଉଦାହରଣ :
আপুনি সন্দেহজনক কথা কিয় কয় ?
ସମକକ୍ଷ : অঠিক, অনিশ্চিত, অবিশ্বাস্য, সংশয়জনক, সন্দেহজনক, সন্দেহপূর্ণ
ଅର୍ଥ : যিজনে এতিয়া কি কৰিব তাৰ একো উৱাদিহ নাপায়
ଉଦାହରଣ :
দ্বিধাগ্রস্ত অৱস্থাত মানুহে সহজে একো সুবুদ্ধি বিচাৰি নাপায়
ସମକକ୍ଷ : কিং-্কর্তব্য বিমূঢ়