ଅର୍ଥ : মিহি আৰু দীঘল গাৰে এবিধ বিষ থকা সৰীসৃপ প্রাণী, যি সাধাৰণতে বিভিন্ন প্রজাতিৰ হয়
ଉଦାହରଣ :
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বিভিন্ন প্রকাৰৰ বিষাক্ত সাপ বগাই ফুৰা দেখা পোৱা যায়
ସମକକ୍ଷ :
অহি, কুণ্ডলী, কুম্ভীলস, চক্রী, দ্বিৰসন, নাগ, পন্নগ, ফণধৰ, ফণী, বিষধৰ, ভুজংগ, ভুজংগম, ভুজগ, ভেকভুজ, সর্প, সাপ