ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দৌৰ মৰা কার্য ্বা ভাব
ଉଦାହରଣ : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
ଅର୍ଥ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
ଉଦାହରଣ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
ସମକକ୍ଷ : ঘূৰা, লৰা-ঢপৰা কৰা
ଅର୍ଥ : বৰ সঘনাই ভৰি দাঙি যোৱা
ଉଦାହରଣ : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
ସମକକ୍ଷ : দৌৰ মৰা, লৰ মৰা
ଅର୍ଥ : ভৰিৰে অতি বেগাই যোৱা
ଉଦାହରଣ : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
ସଂସ୍ଥାପନ କରନ୍ତୁ