ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দোহাই ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দোহাই   বিশেষ্য

ଅର୍ଥ : নিজৰ ৰক্ষাৰ কাৰণে কাৰোবাক চিঞৰি মতা কার্য

ଉଦାହରଣ : মহিলাগৰাকীয়ে ন্যায় লাভ কৰিবৰ কাৰণে ৰজাক অনুনয়-বিনয় কৰিলে

ସମକକ୍ଷ : অনুনয়-বিনয়

ଅର୍ଥ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ଉଦାହରଣ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

ସମକକ୍ଷ : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, বাহনা, বিনাকাৰণ, লেচু