ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দোষাৰোপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দোষাৰোপ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

ଉଦାହରଣ : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

ସମକକ୍ଷ : দোষাৰোপন

ଅର୍ଥ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

ଉଦାହରଣ : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

ସମକକ୍ଷ : দোষনিৰ্ণয়

ଅର୍ଥ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

ଉଦାହରଣ :

ସମକକ୍ଷ : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

ଅର୍ଥ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

ଉଦାହରଣ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

ସମକକ୍ଷ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ