ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দোলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দোলা   বিশেষ্য

ଅର୍ଥ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন

ଉଦାହରଣ : কইনা দোলাত বহি আছে

ଅର୍ଥ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়

ଉଦାହରଣ : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে

ସମକକ୍ଷ : পাল্কী

দোলা   ক্ৰিয়া

ଅର୍ଥ : মন চঞ্চল হোৱা অৱস্থা

ଉଦାହରଣ : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল

ସମକକ୍ଷ : দোলা দিয়া

ଅର୍ଥ : ঝুলনাত বহি দুলি থকা কার্য

ଉଦାହରଣ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে

ସମକକ୍ଷ : দুলি থকা