ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দোকানত বহি বস্তু বিক্রী কৰা লোক
ଉଦାହରଣ : এই দোকানীজন মোৰ চিনাকি
ସମକକ୍ଷ : দোকানদাৰ
ଅର୍ଥ : দোকান পৰিচালনা কৰা কাম
ଉଦାହରଣ : মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
ସମକକ୍ଷ : দোকানদাৰী
ଅର୍ଥ : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
ଉଦାହରଣ : তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
ସମକକ୍ଷ : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা
ସଂସ୍ଥାପନ କରନ୍ତୁ