ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিয়তিবাদ মানি চলা ব্যক্তি
ଉଦାହରଣ : নিয়তিবাদীৰ মতে যি হয় ভগৱানৰ কৃপাতেই হয়
ସମକକ୍ଷ : নিয়তিবাদী
ଅର୍ଥ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যৰ ওপৰত আশ্রিত থকা ব্যক্তি
ଉଦାହରଣ : আজিৰ ্কর্ম্্প্রধান যুগতো ভাগ্যবাদীৰ অভাৱ নাই
ସମକକ୍ଷ : ভাগ্যবাদী
ଅର୍ଥ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যত আশ্রয় গ্রহণ কৰোঁতাজন
ଉଦାହରଣ : আজিৰ ্কর্মময় যুগত ভাগ্যবাদী লোকে কেতিয়াবা কেতিয়াবা পস্তাব লগীয়া হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ