ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দৈর্ঘ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দৈর্ঘ্য   বিশেষ্য

ଅର୍ଥ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ

ଉଦାହରଣ :

ସମକକ୍ଷ : উচ্চতা, ওখ, দীঘ, দীর্ঘতা

ଅର୍ଥ : দী্র্ঘ ্বা দীঘল হোৱা অৱস্থা বা ভাৱ

ଉଦାହରଣ : আপুনি বিৰহিণীৰ বিৰহ কালৰ দী্র্ঘ্্তাৰ অনুমান লগাব পাৰিবনে?

ସମକକ୍ଷ : দী্র্ঘ্্তা

ଅର୍ଥ : এটা মূৰৰ পৰা আনটো মূৰলৈকে সমান্তৰাল বিস্তাৰ বা যিকোনো এঠাইৰ সকলোতকৈ দীঘল ক্ষেত্রীয় বিস্তাৰ

ଉଦାହରଣ : এই ঠাইখিনিৰ ্ দৈর্ঘ্য প্রস্থৰ দুগুণ

ସମକକ୍ଷ : দীর্ঘতা